Home ASSAM পদত্যাগ পত্ৰ দাখিল কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
ASSAMPOLITICS

পদত্যাগ পত্ৰ দাখিল কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই

Share
পদত্যাগ পত্ৰ দাখিল কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
Share

নিৰ্বাচনত বিপুল ভোটত জয়ী হৈয়ে সংবাদমেল সম্বোধন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।সংবাদমেল সম্বোধন কৰিয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড০ শৰ্মাই।

পদত্যাগ পত্ৰ দাখিল কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই

এই সংবাদমেলতেই ড০ শৰ্মাই কয় যে বিজয় কুমাৰ গুপ্তা এগৰাকী অসমীয়া ব্যক্তি। লগতে ড০ শৰ্মাই কয় যে বিগত ৫ বছৰ আছিল আধাৰশিলাৰ ৫ বছৰ নতুন ৫ বছৰ হ’ব উদ্বোধনৰ ৫ বছৰ।

পদত্যাগ পত্ৰ দাখিল কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই

এই সংবাদমেলতেই ড০ শৰ্মাই লগতে কয় যে নতুনকৈ চৰকাৰ গঠন কৰিব কাৰণে মই ৰাজ্যপাল মহোদয়ক সাক্ষাত কৰি পদত্যাগ পত্ৰ দাখিল কৰিম যাতে নতুন চৰকাৰ গঠনৰ কাম আৰম্ভ কৰিব পাৰে।

Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *