কেন্সাৰ বা কৰ্কট ৰোগ বুলি ক’লে সকলোৱে ভয় খায়। বহুতৰে ধাৰণা কর্কটত আক্রান্ত হ’লে মৃত্যু অনিবার্য। কিন্তু এই ধাৰণা ভুল। কৰ্কটৰ লক্ষণে দেখা দিলে লগে লগে সচেতন হওক। কৰ্কট ৰোগক মুঠেও অৱহেলা কৰিব নালাগে। প্রাথমিক অৱস্থাত কিছুমান নিয়ম মানি চলিলে কৰ্কট বা কেন্সাৰৰ দৰে জটিল ৰোগকো বশ কৰিব পৰা যায়। একাংশ চিকিৎসা বিশেষজ্ঞই কৰ্কট ৰোগৰ পৰা হাত সাৰিব পৰা কেইটামান উপায় উল্লেখ কৰিছে-
■ চেনি খোৱা বন্ধ কৰক। চেনিয়ে কৰ্কটৰ কোষ বা চেলসমূহ বৃদ্ধি। কৰাত সহায় কৰে। শৰীৰত চেনি নাথাকিলে কৰ্কটৰ কোষসমূহৰ মৃত্যু ঘটে। ফলত কর্কটমুক্ত হ’ব পৰা যায়।
মেৰিলেণ্ড মেডিকেল ৰিচাৰ্ছ ইন্সটিটিউৰ মতে গৰম পানীৰ সৈতে নিতৌ পুৱা নেমুৰ ৰস খালেও কৰ্কটৰ পৰা সকাহ পাব পৰা যায়। গৱেষণাত পোৱা তথ্য মতে কেমো থেৰাপিতকৈ গৰম পানীৰ সৈতে নেমুৰ ৰস মিহলাই খোৱাটো এহাজাৰগুণ উপকাৰী আৰু শক্তিশালী। দৈনিক পুৱা নেমুৰ ৰস মিহলোৱা পানী ১-৩ মাহ খালে কেন্সাৰৰ পৰা মুক্তি পোরা যায়।
■ জৈৱিক নাৰিকলৰ তেলেও কেন্সাৰৰ দৰে জটিল ৰোগৰ পৰা মুক্তি পোৱাত সহায় কৰে। ইয়াৰ বাবে দৈনিক পুৱা আৰু বাতি তিনি চামুচকৈ জৈৱিক নাৰিকলৰ তেল খোৱা কৰক।
ওপৰৰ এইকেইটা উপায়ৰ ভিতৰত চেনি পৰিহাৰ কৰি বাকী দুটা উপায়ৰ যিকোনো এটা বাচি লওক। দেখিব আপুনি কৰ্কটৰ দৰে জটিল ৰোগক জয় কৰিব পাৰিছে

Leave a comment