Home Active ASSAM HS RESULT 2026 : বহু প্ৰতীক্ষাৰ অন্তত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল
ActiveASSAMNORTH EAST

ASSAM HS RESULT 2026 : বহু প্ৰতীক্ষাৰ অন্তত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

Share
ASSAM HS RESULT 2026 : বহু প্ৰতীক্ষাৰ অন্তত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল
Share
ASSAM HS RESULT 2026 : বহু প্ৰতীক্ষাৰ অন্তত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা কৰা হ’ল ফলাফল। ১২ টাকৈ ৱেবছাইট যোগে ফলাফল ঘোষণা

বানিজ্য শাখা –

বানিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৭,৭৮৭ গৰাকী পৰীক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৬৯৪ গৰাকী পৰীক্ষাৰ্থী
তৃতীয় বিভাগত উত্তীৰ্ণ ২,৩১৫ গৰাকী পৰীক্ষাৰ্থী
বানিজ্য শাখাত সৰ্বমুঠ উত্তীৰ্ণ ১৫,৭৯৬ গৰাকী পৰীক্ষাৰ্থী

বানিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮১.১৩

বিজ্ঞান শাখা –

বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৩৪,০৭৯ গৰাকী পৰীক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৭,৭৭৭ গৰাকী পৰীক্ষাৰ্থী
তৃতীয় বিভাগত উত্তীৰ্ণ ২,৬১৮ গৰাকী পৰীক্ষাৰ্থী
বিজ্ঞান শাখাত সৰ্বমুঠ উত্তীৰ্ণ ৫৪,৪৭৪ গৰাকী পৰীক্ষাৰ্থী

বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৯.৭৯

কলা শাখা –

কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৫৪,৭৫৫ গৰাকী পৰীক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ ৭৯,১৮১ গৰাকী পৰীক্ষাৰ্থী
তৃতীয় বিভাগত উত্তীৰ্ণ ৫৭,৮৬২ গৰাকী পৰীক্ষাৰ্থী
কলা শাখাত সৰ্বমুঠ উত্তীৰ্ণ ১,৯১,৭৯৮ গৰাকী পৰীক্ষাৰ্থী

কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৪

Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *